ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৰাজধানী দিল্লীত জনস্বাস্থ্য গভীৰ সংকটত।দীপাৱলীৰ পিছত দিল্লী এইমছত শ্বাসজনিত সমস্যাত আক্ৰান্ত হৈ ভৰ্তি হোৱা ৰোগীৰ সংখ্যা ৫ শতাংশ বৃদ্ধি পাইছে।দীপাৱলীৰ পূৰ্বে এইমছৰ জৰুৰীকালীন বিভাগত এটা শ্বিফটত ৫ গৰাকী শ্বাসজনিত ৰোগত ব্যক্তি ভৰ্তি হৈছিল,কিন্তু দীপাৱলীৰ পিছত প্ৰতিটো শ্বিফটত ২৫ গৰাকীতকৈ অধিক ব্যক্তি ভৰ্তি হৈছে।
- Log in to post comments
- 8 views