দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Priyanka Gandhi

১ মাৰ্চ সোমবাৰে পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হ’লহি কংগ্ৰেছ নেতী প্ৰিয়ংকা গান্ধী। কংগ্ৰেছ নেত্ৰী গৰাকীৰ লগত মন্দিৰ প্ৰাংগনত দেখিবলৈ পোৱা গ’ল ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাক ৷

উল্লেখ যোগ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে প্ৰিয়ংকা গান্ধী। জানিব পৰা গৈছে, তেজপুৰ, লখিমপুৰকে ধৰি কেইবাখনো জনসমাৱেশৰ উপৰিও ৰেলীত অংশ গ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে ।

Your Comments