প্ৰদূষন ৰোধ কৰিবলৈ চৰকাৰী বিভাগে ব্যৱহাৰ কৰিব বৈদ্যুতিক বাহন

electric car

প্ৰদূষন ৰোধৰ বাবে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কেজৰিৱাল চৰকাৰে ৷ প্ৰদূষণ ৰুধিবলৈ দিল্লীৰ চৰকাৰৰ প্ৰতিটো বিভাগক ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বৈদ্যুতিক বাহন । 

উল্লেখ যোগ্য যে, সকলো চৰকাৰী বিভাগক কেৱল বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া দিল্লীয়ে বিশ্বৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব । ৬ মাহৰ ভিতৰত এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰতিটো বিভাগকে ।

Your Comments