বলিউদ তাৰকা বিবেক অবেৰয়ৰ ঘোষণা লাচিত বৰফুকন বিষয়ক চিনেমা নিৰ্মাণৰ কথা

Vivek Oberoi

২১ ফেব্ৰুৱাৰীত বলিউদ তাৰকা বিবেক অবেৰয় মুখ্যমন্ত্ৰী সোনোৱালৰ সৈতে মাজুলীৰ ৰাজহুৱা সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ 

Lachit borphukon

উক্ত অনুষ্ঠানতে তাৰকা গৰাকীয়ে ঘোষণা কৰে লাচিত বৰফুকনকোলৈ এখন ছবি নিৰ্মাণৰ কাম সোনকালেই আৰম্ভ কৰাৰ কথা। ইয়াৰোপৰি তেওঁ জনাই যে ছবিখনৰ প্ৰায় ৭০ শতাংশ অভিনয় অসমৰ শিল্পীয়ে কৰিব । 

Your Comments