বিশ্বনাথ জিলা ছাত্ৰ সন্থাই সোমবাৰে সোৱনশিৰিত নিৰ্মাণৰত বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত বিক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰো দাবী জনাই এই বিক্ষোভ কাৰ্যসূচীত।
উক্ত বিক্ষোভ কাৰ্যসূচীত অসমৰ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰো দাবী জনোৱা হয় ৷
- Log in to post comments
- 14 views