জম্মু-কাশ্মীৰৰ ত্ৰালত সুৰক্ষা বাহিনীৰ হাতত নিহত তিনিটা সন্ত্ৰাসবাদী:সন্ত্ৰাসবাদী মুক্ত হ'ল ত্ৰাল

Force

জম্মু-কাশ্মীৰৰ  ত্ৰালত মঙলবাৰে সুৰক্ষা বাহিনীৰ হাতত নিহত হয় তিনিটা কুখ্যাত    সন্ত্ৰাসবাদী। ৰাজ্যখনৰ ডিজিপি  দিলবাগ  সিঙে  সদৰি  কৰিছে  যে এই সন্ত্ৰাসবাদী  তিনিটা  ইতিমধ্যে  নিহত  হোৱা সন্ত্ৰাসবাদী     জাকিৰ মুছাৰ গোটৰ আছিল।সন্ত্ৰাসবাদী   তিনিটাৰ পৰা  বুুজন পৰিমানৰ অস্ত্ৰ উদ্ধাৰ কৰা হয়।সন্ত্ৰাসবাদী  তিনিটা নিহত হোৱাৰ পিছত ত্ৰালত সন্ত্ৰাসবাদ সমাপ্ত হোৱা  বুলি  উল্লেখ কৰে দিলবাগ  সিঙে।

Your Comments