সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰে সমন্বিত প্ৰয়াসেৰে মুখামুখি হোৱাৰ সংকল্প গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে

Modi

তামিলনাডুৰ মহাৱলীপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং অনানুষ্ঠনিক শিখৰ আলোচনাত মিলিত হয়।দুয়োজন ৰাষ্ট্ৰনেতাই পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদ আৰু চৰমপন্থী বিচাৰধাৰাৰ প্ৰত্যাহ্বানৰ সমন্বিত প্ৰয়াসেৰে মুখামুখি হোৱাৰ সংকল্প গ্ৰহণ কৰে।দুয়োজন নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক আৰু বিনিয়োগৰ সম্পৰ্কক অধিক ব্যাপক কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Your Comments