চেন্নাইত পদাৰ্পণ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ:গধূলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে সাক্ষাৎ

Xi Jinping

ভাৰত ভ্ৰমণলৈ অহা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে শুকুৰবাৰে দুপৰীয়া চেন্নাইত পদাৰ্পণ কৰে।চেন্নাই বিমানবন্দৰত জিনপিঙক আদৰণি জনাই তামিলনাডুৰ ৰাজ্যপাল,মুখ্যমন্ত্ৰীয়ে।বিমানবন্দৰৰ পৰা চীনৰ ৰাষ্ট্ৰপতি হোটেললৈ যায়।গধূলি তামিলনাডুৰে মহাৱালীপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব জি জিনপিঙে।

Your Comments