ডোনাল্ড ট্ৰাম্পৰ সন্মুখত কাশ্মীৰ বিষয় উত্থাপন কৰি বিফল হ'ল ইমৰান খান

Trump

আমেৰিকাত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখত কাশ্মীৰ বিষয়টো উত্থাপন কৰি পুনৰ বিফলতাৰ সন্মুখীন হ'ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান।খানৰ সন্মুখত ট্ৰাম্পে স্পষ্টভাৱে ক'লে যে তেওঁ কাশ্মীৰ বিষয়ত মধ্যস্থতা তেতিয়াহে কৰিব,যেতিয়া এই ক্ষেত্ৰত ভাৰত সন্মত হ'ব।ট্ৰাম্পে লগতে কয় যে দুয়োটা পক্ষৰ সন্মতি জৰুৰী।

Your Comments