কাশ্মীৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত পুনৰ পাকিস্তানৰ বৃহৎ পৰাজয়

Imran

কাশ্মীৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত পাকিস্তান পুনৰ বৃহৎ পৰাজয়ৰ সন্মুখীন হ'ল।ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪২ সংখ্যক অধিৱেশনত কাশ্মীৰ সন্দৰ্ভত প্ৰস্তাৱ অনাৰ ক্ষেত্ৰত পাকিস্তানে সমৰ্থন লাভ নকৰিলে।অধিৱেশনত অংশগ্ৰহণ কৰিব লগীয়া ৪৭ খন দেশৰ অধিকাংশই এই ক্ষেত্ৰত পাকিস্তানক সমৰ্থন নকৰিলে।

Your Comments