নিউজ ডেস্ক:ভয়াৰ্ত হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান।ৰাছিয়াৰ 'ৰাছিয়া টুডে' নামৰ টেলিভিছন চেনেল এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত ইমৰান খানে কয় যে পাৰম্পৰিক যুদ্ধ হ'লে ভাৰতৰ হাতত পাকিস্তান পৰাস্ত হ'ব।লগতে,ইমৰানে এই কথাও স্বীকাৰ কৰে কাশ্মীৰ প্ৰসংগত আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা পাকিস্তানে সন্তোষজনক সঁহাৰি লাভ নকৰিলে।
- Log in to post comments
- 40 views