দেশৰ আৰ্থিক অৱস্থা চিন্তাজনক-ছোনিয়া গান্ধী

sonia

নিউজ ডেস্ক:
ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ অৰ্ন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত বৃহস্পতিবাৰে দলটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।উক্ত বৈঠকত ছোনিয়া গান্ধীয়ে দেশৰ আৰ্থিক অৱস্থাক চিন্তাজনক আখ্যা দিয়ে।ছোনিয়া গান্ধীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ চিন্তাজনক আৰ্থিক অৱস্থাৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰোৱাৰ বাবে প্ৰয়াস কৰিছে।বৈঠকখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং,প্ৰিয়ংকা গান্ধী প্ৰমুখ্যে আগশাৰীৰ কংগ্ৰেছ নেতৃবৰ্গ উপস্থিত থাকে।

Your Comments