ব্রাজিলৰ আমাজান বৰ্ষাৰণ্যৰ বনজুইৰ ভয়াৱহ ৰূপ:৯ খন দেশলৈ বিয়পিছে ধোঁৱা

amazan fire

ব্রাজিলৰ আমাজান বৰ্ষাৰণ্যত সংঘটিত অগ্নিকাণ্ড ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈছে।পৃথিৱীৰ ২০ শতাংশ অক্সিজেন উৎপন্ন কৰা আমাজান বৰ্ষাৰণ্যৰ জুইৰ ধোঁৱাই এতিয়া দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ এলেকাৰ বায়ুমণ্ডল প্ৰদূষিত কৰিছে।অগ্নিকাণ্ডৰ ফলত উৎপন্ন হোৱা ধোঁৱাই এতিয়া মহাদেশখনৰ ৯ খন দেশৰ বায়ুমণ্ডল স্পৰ্শ কৰিছে।আনহাতে,ধোঁৱাৰ বাবে ব্রাজিলৰ উত্তৰ অংশত থকা কেইবাখনো প্ৰদেশৰ জনজীৱন বেয়াকৈ প্ৰভাৱিত হৈছে।


সবাতোকৈ ভয়াৱহভাৱে আমাজনৰ বনজুইৰ ফলত বৃহৎ পৰিমাণৰ ২২৮ মেগাটন কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে।বিষাক্ত কাৰ্বন মন'ক্সাইড গেছো উৎপন্ন হৈছে।

Your Comments