জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ প্ৰসংগত ভাৰতৰ পক্ষত মালদ্বীপ

pak

নিউজ ডেস্ক:
জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সন্দৰ্ভত ভাৰতৰ পক্ষত দৃঢ়তাৰে ঠিয় দিলে মালদ্বীপে।পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা শ্বাহীদে কুৰেশ্বীক স্পষ্টভাৱে কৈ দিয়ে যে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাটো ভাৰতৰ আভ্যন্তৰীণ বিষয়।আব্দুল্লা শ্বাহীদে শান্তিপূৰ্ণ উপায়েৰে মতভেদ দূৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

Your Comments