আইএনএক্স মিডিয়া গোচৰত প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিডাম্বৰমৰ আগতীয়া জামিন আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।অগ্ৰীম জামিন আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া ইডি আৰু চিবিআই-এ অতি শীঘ্ৰে চিডাম্বৰমক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰিছে।এতিয়া প্ৰাক্তন বিত্তমন্ত্ৰীজনে ন্যায়ালয়ৰ পৰা ৩ দিনৰ সময় বিচাৰিছে।পি চিডাম্বৰমৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলি বাতৰি প্ৰকাশ হৈছে।
- Log in to post comments
- 30 views