নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ আশ্ৰয় শিবিৰত জলবন্দী বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্য আজি বৰকুৰিহাত সহস্ৰাধিক মহিলাই বানাক্ৰান্তৰ বাবে সাহায্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ ওলাই আহিল । পুৱাৰ ভাগৰে পৰা বৰকুৰিহা, মৰোৱাৰ লগতে বৰভাগৰ বিভিন্ন প্ৰান্তত বৰভাগ মহিলা মৰ্চাৰ সভানেএী তথা বিজেপি ৫২/৬ উপৰ বৰভাগ মৌজাৰ সভানেএী দিপিকা দেৱীৰ নেতৃত্বত বন্যাৰ্তক সহায়ৰ বাৱে ওলাই আহে । পিছত মহিলা সকলক দুই-এজন পুৰুষ সামাজকৰ্মী লোকেও সংগ দিয়ে।
- Log in to post comments
- 2 views