বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা শেহতীয়া তথ্য মতে 'বায়ু' ঘূৰ্ণি ধুমুহাই গুজৰাটৰ উপকূলত পোনপটীয়াকৈ খুন্দা নামাৰে।'বায়ু'ৱে গুজৰাটৰ উপকূল স্পৰ্শহে কৰি যাব।সেই সময়ত ইয়াৰ বেগ ১৪৫-১৬৫ কি:মি: হ'ব।
ভূমি স্পৰ্শ নকৰাৰ বাবে ধুমুহাৰ প্ৰভাৱ কমকৈ অনুভূত হ'ব।অৱশ্যে প্ৰৱল বৰষুণ হ'ব পাৰে।
- Log in to post comments
- 9 views