নিউজ ডেস্ক :
#মোডীৰ মন্ত্ৰীসভাত দ্বিতীয়তো কাৰ্যকালৰ বাবে অন্তভুক্ত হোৱাৰ পাছত আজি পুৱাই নিজ বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।
#দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সকলোৰে পৰা গাডকাৰীয়ে সকলোৰে পৰা সহায় সহযোগিতা বিচাৰে।
#দ্বিতীয়টো কাৰ্যকালৰ বাবে মন্ত্ৰীগৰাকীক তেওঁৰ বিভাগৰ কৰ্মচাৰী সকলেও ব্যাপকভাবে আদৰণি জনোৱা পৰিলক্ষিত হয়।
#উল্লেখ যে নাগপুৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা নীতিন গাডকাৰী নৰেন্দ্ৰ মোডী মন্ত্ৰী সভাৰ প্ৰথমতো কাৰ্যকালতো পথ পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।
#এইবাৰো গাডকাৰীক পুনৰ একেটা বিভাগৰে দায়িত্ব অৰ্পন কৰিলে প্ৰধান মন্ত্ৰী মোডীয়ে।
- Log in to post comments
- 6 views