হাজোৰ পৰা কমলাকান্ত দাস
গুৱাহাটী এনইএফ আইন মহাবিদ্যালয়ৰ উদ্দোগত আৰু হাজো সুৰেণ দাস মহাবিদ্যালয়ৰ সহযোগত আজি মহাবিদ্যালয় প্ৰংগণত প্ৰদশনীমূলক আইন সজাগতা সভা হয়।
এই সভাত অসম ৰাজিক আইন সেৱাপ্ৰাধিকৰনৰ সদস্য সচিব সত্য নাথ শৰ্মা গুৱাহাটীৰ এনইএফ আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ ৰুমা বৰদলৈ সুৰেণ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্যকুমাৰ শৰ্মা সগোলোক ওজা নৃপেন কুমাৰ ভাগৱতী মোহন চন্দ্ৰ মালাকাৰ আদিয়ে আইনৰ বিভিন্ন দিশৰ ওপৰত ভাষণ ৰাখে। সভাত আইনৰ ছাত্র-ছাত্ৰীসকলে আইনৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰে।
- Log in to post comments
- 7 views