ৰিমা দাসলৈ ডাবলিন চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

ৰিমা দাসলৈ ডাবলিন চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

দক্ষিণ কামৰূপৰ পৰা নিহাৰিকা তালুকদাৰ

এটাৰ পিছত এটাকৈ চলচ্চিত্ৰ জগতত কৃতিত্বৰে জিলিকি উঠা ভিলেজ ৰকষ্টাৰখ্যাত ৰিমা দাসে পুনৰবাৰ ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শেহতীয়া ছবি 'বুলবুল কেন ছিং"ৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। একেখন ছবিয়ে ৭ ফেব্ৰুৱাৰীৰ পৰা জাৰ্মানীত অনুষ্ঠিত ৬৯সংখ্যক আন্তৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ generation 14 plus শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে।

ৰিমা দাসলৈ ডাবলিন চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

ইয়াৰ পূৰ্বে মনোৰঞ্জন দাসে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সুমন নামৰ চৰিত্ৰটোৰ দ্বাৰা 'বেষ্ট পাৰ্ফমেন্স' বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ছবিখনৰ জৰিয়তে।

Your Comments