
নিউজ ডেস্ক:
২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ CJM আদালতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হাজিৰৰ নিৰ্দেশ।
উল্লেখ্য যে ,২০১৯ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী বিধি ভংগৰ অভিযোগত ৰুজু হৈছিল গোচৰ।
নিৰ্বাচনী আয়োগৰ গোচৰত এই চমন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।
গুৰুত্বপূৰ্ণ কথা এই যে ,প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ উথ্থাপন কৰিছিল
প্ৰদেশ কংগ্ৰেছে ৷এই অভিযোগৰ ভিত্তিতেই আদালতত প্ৰতিবেদন দিছিল নিৰ্বাচন আয়োগে।
- Log in to post comments
- 14 views