
নিউজ ডেস্ক:
মাজুলী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা।ভূৱন গাম হ’ব মাজুলীৰ বিজেপি প্ৰাৰ্থী।উল্লেখ্য যে তিনিজনীয়া প্ৰাৰ্থীক তালিকাৰ পৰা দিল্লীয়ে নিৰ্বাচন কৰে চূড়ান্ত প্ৰাৰ্থী।
গুৰুত্বপূৰ্ণ কথা এই যে ,সৰ্বা-হিমন্তৰ মনোমালিন্যৰ বাবে ঘোষণা হোৱা নাছিল চুড়ান্ত প্ৰাৰ্থীৰ নাম।৭মাৰ্চত অনুষ্ঠিত হ’ব মাজুলীৰ উপ-নিৰ্বাচন।
- Log in to post comments
- 9 views