গোসাঁইগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

A

B
নিউজ ডেস্ক:
কালি গোসাঁইগাঁৱত উপস্হিত হয়
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।উল্লেখ্য যে মৰনৈ চাহ বাগিচাত বিভিন্ন দল-সংগঠনৰ সৈতে আলাপ-আলোচনাত ভাগ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পূৰ্বে আছাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰা আৰু বস্ক' শ্বেৰমাকৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতেও মত বিনিময় কৰে ডঃ শৰ্মাই । নিশাটো মৰনৈ চাহ বাগিচাতে কটায় মুখ্যমন্ত্ৰীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে আজি গোসাঁইগাঁৱত উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীয়ে।

Your Comments