আধুনিক গীতৰ শ্ৰব্য চিডি 'ল'ৰালি' উন্মোচন

 আধুনিক গীতৰ শ্ৰব্য চিডি 'ল'ৰালি' উন্মোচন

ৰহাত আজি উন্মোচন কৰা হ’ল এটি অসমীয়া আধুনিক গীতৰ অডিঅ’  চিডি ৷

 আধুনিক গীতৰ শ্ৰব্য চিডি 'ল'ৰালি' উন্মোচন

ৰহা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত অডিঅ’টো  উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ্য ডঃ বেদ কুমাৰ চলিহাই ৷

 আধুনিক গীতৰ শ্ৰব্য চিডি 'ল'ৰালি' উন্মোচন

"ল'ৰালি" শীৰ্ষক অডিঅ’টোত কণ্ঠ নিগৰাইছে নৱপ্ৰজন্মৰ এজন উদীয়মান কণ্ঠশিল্পী গোবিন আমচিয়ে ৷ কথা-সুৰ পাপুৰাজ যোগীৰ ৷

Your Comments