সমগ্ৰ পৃথিৱীৰ জলবায়ু বিভিন্ন প্ৰকাৰেৰে সলনি হৈ গৈ আছে ৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাবোৰৰ যোগেদি বৰ্ষাৰ সময়ৰ লগতে ধৰণো সলনি হৈছে ৷
এই সলনি হোৱা প্ৰক্ৰিয়াই কৃষিভূমিৰ ফচলৰ ওপৰতো ব্যাপক প্ৰভাৱ পেলাইছে ৷ যিহেতু, কৃষিকাৰ্যৰ বাবে কম বৰষুণ বা অত্যধিক বৰষুণ দুইটাই ক্ষতিকাৰক ৷
গোলকীয় উষ্ণতা বিৰতিৰ সময়ত ভাৰত মহাসাগৰীয় উষ্ণতাৰ তাৰতম্যৰ ওপৰত কৰা এটা গৱেষণামূলক অধ্যয়নত প্ৰকাশ পাই যে, ভাৰত মহাসাগৰ উপকূলীয় অঞ্চলত এই সময়চোৱাত (১৯৯৮-২০০৬) সমুদ্ৰপৃষ্ঠৰ তাপমাত্ৰা উল্লেখনীয় ভাৱে বৃদ্ধি পাইছে ৷
- Log in to post comments
- 14 views