ভাৰতীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ(CSIR)ৰ এটা বিজ্ঞানীৰ দলে আৱিষ্কাৰ কৰট উলিয়ালে কম খৰচতে ক’ভিড-১৯ নিৰ্ণয় কৰিব পৰা পেপাৰ পৰীক্ষণ কীট ৷ এই কীটেৰে পৰীক্ষা কৰিলেও লাগিব মাত্ৰ গৰ্ভধাৰণ পৰীক্ষণৰ সমানেই সময় ৷
এই পৰীক্ষাৰ পদ্ধতিটোৰ নামকৰণ কৰা হৈছে বিখ্যাত ভাৰতীয় কাল্পনিক অনুসন্ধানকাৰী, যাক কোৱা হয় জিন সম্পাদনা প্ৰণালী, ক্ৰিচপৰ (CRISPR) ৷ বিজ্ঞানীসকলৰ মত অনুসৰি "ফেলুদা" নামৰ এই কিটটোৰে ক’ভিড-১৯ ৰোগৰ পৰীক্ষা কৰিলেোলাগিব মাত্ৰ ১ঘণ্টাৰ ভিতৰত সময় আৰু খৰচ হ’ব ৫০০টকা ৷
'ফেলুদা' কিটৰ নিৰ্মাণ কৰিব সমন্বিত ব্যৱসায় গোষ্ঠী "টাটা"এ ৷ এই ক’ভিড পৰীক্ষণ কিটটোৱেই হ’ব পাৰে বিশ্বৰ প্ৰথম ক’ভিড-১৯ পেপাৰ পৰীক্ষণ কীট ৷
- Log in to post comments
- 16 views