মোডী চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে যিদিনা কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিব সেই দিনাই এই তিনিখন ক'লা কৃষি আইন বাতিল কৰিব আৰু ডাষ্টবিনলৈ নিক্ষেপ কৰিব।ৰাহুলে লগতে কয়-এইখন মোডী চৰকাৰ নহয়,আম্বানী-আদানীৰহে চৰকাৰ।কৃষকসকলক চৰকাৰে কৰ্প'ৰেটক গতাবলৈ বিচাৰিছে বুলিও গান্ধীয়ে ক্ষোভৰে মন্তব্য কৰে।
- Log in to post comments
- 10 views