কেইবাবিধো শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষকক উপকৃত কৰাৰ ঘোষণা কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ

Farmer

কৃষক বিলৰ বিৰুদ্ধে বিৰোধী দলসমূহে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কেইবাবিধো শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষকক উপকৃত কৰাৰ বিষয়ে ঘোষণা কৰে।সেই অনুযায়ী মচুৰ দাইলৰ সমৰ্থন মূল্য ৩০০ টকা, সৰিয়হৰ ২২৫ টকা,বুটৰ ২২৫ টকা,ঘেঁহুৰ ৫০ টকা,কুছুম্ভৰ ১১২ টকা,জ'ৰ ৭৫ সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে।বৰ্ধিত নূন্যতম সমৰ্থন মূল্যত চৰকাৰে কৃষকৰ পৰা উল্লিখিত ফচলসমূহ  ক্ৰয় কৰিব,যাৰ বাবে কৃষকসকল নিশ্চিতভাৱে উপকৃত হ'ব।

Your Comments