চৰকাৰ-বিৰোধীৰ সংঘাত অব্যাহত:কৃষক বিধেয়কত স্বাক্ষৰ নকৰি ৰাজ্যসভালৈ উভতাই পঠিয়াবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাব বিৰোধী দলসমূহে

Protest

কৃষক বিধেয়ক সন্দৰ্ভত চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত সংঘাত অব্যাহত আছে।এতিয়া বিধেয়কখনৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব বিৰোধী দলসমূহৰ সাংসদসকলে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি বিধেয়কখনত স্বাক্ষৰ নকৰি ৰাজ্যসভালৈ উভতাই পঠিয়াবলৈ বিৰোধী দলসমূহে ৰাষ্ট্ৰপতিক অনুৰোধ জনাব।

Your Comments