পুনৰ ৩১মে'লৈ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ

Lk

নিউজ ডেস্ক :
মহামাৰী ক'ৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে দেশত ১৮ মে'ৰ পৰা ৩১মে'লৈ পুনৰ চতুৰ্থবাৰৰ বাবে লকডাউন ঘোষণা কৰা হৈছে।ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এই লকডাউনৰ বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে।

Your Comments