ভাৰতৰ জিডিপিৰ ১০ শতাংশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ

Pic

মঙলবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ লাখ কোটি টকাৰ 'আত্মনিৰ্ভৰ ভাৰত' আৰ্থিক পেকেজৰ ঘোষণা কৰে।উল্লেখযোগ্য যে আৰ্থিক পেকেজ ভাৰতৰ জিডিপিৰ ১০ শতাংশ।ভাৰতৰ অৰ্থব্যৱস্থা ২০০ লাখ কোটি টকাৰ।ভাৰতে ২০২০-২১ বৰ্ষৰ বাবে সাধাৰণ বাজেট ৩০ লাখ কোটি টকাৰ নিৰ্ধাৰণ কৰিছে।এই আৰ্থিক পেকেজ দেশৰ কুটিৰ উদ্যোগ,লঘু-মজলীয়া উদ্যোগ,এমএছএমইৰ সহায়ৰ বাবে।

Your Comments