দেশত ক'ৰ'নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে।বিগত ২৪ ঘণ্টাত ৪,০০০ তকৈ অধিক লোক ক'ৰ'না ভাইৰাছ সংক্ৰমিত হয়।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য মতে,ভাৰতত বৰ্তমানলৈ ক'ৰ'না আক্রান্তৰ সংখ্যা ৬৭,১৫২।ইয়াৰে,২,২০৬ গৰাকী লোকৰ মৃত্যু হৈছে।আৰোগ্য হৈছে ২০,৯১৭ গৰাকী ব্যক্তি।
- Log in to post comments
- 15 views