নিউজ ডেক্স:
দেশজুৰি কৰোণাৰ আতংক।কৰোণাক প্ৰতিহত কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই আহিছে দেশৰ প্ৰতিজন স্বাস্থ্যকৰ্মী তথা চাফাইকৰ্মীয়ে। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ জাৰী কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা।বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ নিয়মাৱলী অনুসৰি দেশত কৰ্মৰত প্ৰতিজন চাফাইকৰ্মীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি PPEৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
- Log in to post comments
- 26 views