জন আব্ৰাহামৰ 'সত্যমেৱ জয়তে-২'ৰ পোষ্টাৰ মুকলি

Pic

জনপ্ৰিয় তাৰকা জন আব্ৰাহামৰ নতুন ছবি 'সত্যমেৱ জয়তে-২'ৰ পোষ্টাৰ মুকলি কৰা হৈছে।এই ছবিখন আব্ৰাহাম অভিনীত 'সত্যমেৱ জয়তে'ৰ ছিকুৱেল।ছবিখনক ২০২০ চনৰ গান্ধী জয়ন্তীৰ দিনা মুক্তি দিয়া হ'ব বুলি প্ৰযোজক পক্ষই ঘোষণা কৰিছে।ছবিখনত দেশপ্ৰেমৰ বাৰ্তা থাকিব।লগতে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শক্তিশালী বাৰ্তা থাকিব।ছবিখনৰ পোষ্টাৰত লিখা হৈছে 'তন মন ধন ছে বঢ়কৰ জন গণ মন'।

Your Comments