ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰূদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগক লৈ আজি ধুবুৰী জিলা মহিলা কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায় ৷
মন্ত্ৰিত্বৰ পৰা পদত্যাগৰ লগতে মন্ত্ৰী গোঁহাইক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰীসকলৰ ৷ বিজেপি চৰকাৰে ৰাজ্যত মহিলাক সুৰক্ষা দিয়াত ব্যাৰ্থ হোৱাৰ অভিযোগ মহিলা কংগ্ৰেছৰ ৷
নগাঁৱৰ জুৰীয়া কাণ্ডৰো তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷
- Log in to post comments
- 5 views