নাগালেণ্ডত পুনৰ ছয়মাহলৈ বৃদ্ধি কৰিলে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ

nagalend

নিউজ ডেস্ক :
শান্তি-শৃংখলাৰ বৰ্তাই ৰখাৰ স্বাৰ্থত পুনৰ আগন্তক ছয়মাহলৈ নাগালেণ্ডত বৃদ্ধি কৰা হৈছে সশস্ত্ৰ-বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ।  ৰাজ্যখনত সঘনে হৈ থকা হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।nagalend2

৩০ জুনৰ পৰা আগন্তুক ডিচেম্বৰ মহলৈকে অশান্ত অঞ্চল হিচাপে ঘোষিত হৈ থাকিব ৰাজ্যখন। এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় গৃহবিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে।

Your Comments