নিউজ ডেস্ক :
# আজি পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
#যোৱা তিনিদিন ধৰি অম্বুবাচীৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ বন্ধ থকাৰ পাছত আজি পুৱাই ভক্তসকলৰ বাবে খোলা হয় মুখ্যদ্বাৰ।
#মন্দিৰ দর্শনৰ কৰি কামাখ্যা দেৱীক সেৱা জনায়। #সোনোৱালে সংবাদ মাধ্যমক কয় ৰাজ্যবাসীৰ মংগল আৰু সৰ্বাঙ্গীন উন্নয়নৰ বাবে কামাখ্যামাক সেৱা জনাও। অম্বুবাচীয়ে সকলোৰে জীৱনলৈ সুখ ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
- Log in to post comments
- 3 views