সোণাৰিত বীৰ লাচিত সেনাই চৰাইদেউ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আজি বিশ্ব খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি কলা পতাকা প্ৰদৰ্শনৰে প্ৰতিবাদ সাব্যস্ত কৰে। খিলঞ্জীয়া লোকৰ প্ৰভূত্ববাদেৰে ভূমি আইন প্ৰণয়নৰ দাবী কৰি চৰাইদেউ উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সংগঠনটোৱে এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
- Log in to post comments
- 8 views