ছুপাৰ ষ্টাৰ ছলমান খানে মুকলি কৰিবলৈ বিচাৰিছে এটা টিভি চেনেল।ছলমানৰ প্ৰডাকচন কোম্পানী 'এছকে টিভি'য়ে বৰ্তমান 'দ্য কপিল শৰ্মা শ্ব'' নিৰ্মাণ কৰি আছে।যদিহে ছলমান খানে নতুন চেনেল মুকলিৰ বাবে চৰকাৰৰ পৰা অনুমতি লাভ কৰে,তেতিয়া 'দ্য কপিল শৰ্মা শ্ব' উক্ত নতুন চেনেলটোত প্ৰচাৰ কৰা হ'ব।
- Log in to post comments
- 113 views
