সুখবৰ! হ্ৰাস পাব গৃহ ঋণৰ ইএমআই

সুখবৰ! হ্ৰাস পাব গৃহ ঋণৰ ইএমআই

পৰা ঋণ লৈ ঘৰ নিৰ্মাণ কৰাসকলৰ বাবে সুখবৰ। হ্ৰাস পাব তেওঁলোকৰ ঋণৰ ইএমআই। ভাৰতীয় ৰিজাৰ্ভ বেংকে ষষ্ঠ মুদ্ৰা সমীক্ষা নীতিৰ ঘোষণা কৰোঁতে স্পষ্ট হয় এই কথা। এই সমীক্ষা নীতিত আৰবিআই-এ ৰেপো ৰেট ৬.৫০ৰ পৰা হ্ৰাস কৰি ৬.২৫ শতাংশ কৰিছে। আনহাতে, ৰিভাৰ্ছ ৰেপো ৰেট হ্ৰাস কৰি ৬.০০ শতাংশলৈ আনিছে। ইয়াৰ বাবেই এতিয়া বেংকসমূহে গৃহ ঋণৰ ইএমআই হ্ৰাস কৰিব। ফলত বোজা হ্ৰাস পাব গৃহ ঋণ গ্ৰহণ কৰোঁতাসকলৰ।

Your Comments