২০ মিলিয়নৰো অধিক গাড়ী নিৰ্মাণেৰে মাৰুতি ছুজুকিৰ অভিলেখ

২০ মিলিয়নৰো অধিক গাড়ী নিৰ্মাণেৰে মাৰুতি ছুজুকিৰ অভিলেখ

২০ মিলিয়নতকৈয়ো অধিক গাড়ী নিৰ্মাণেৰে অভিলেখ ৰচিলে মাৰুতি ছুজুকিয়ে।এই অভিলেখসংখ্যক গাড়ী নিৰ্মাণ কৰা মাৰুতি ছুজুকিয়েই হৈছে ভাৰতৰ একমাত্ৰ গাড়ী নিৰ্মাতা কোম্পানী।

২০ মিলিয়নৰো অধিক গাড়ী নিৰ্মাণেৰে মাৰুতি ছুজুকিৰ অভিলেখ

এই বৃহৎ লক্ষ্য অতিক্ৰম কৰোঁতে প্ৰয়োজন হ’ল ৩৪ বছৰ ৬ মাহ সময়ৰ। ১৯৮৩ চনৰ ডিচেম্বৰ মাহত কোম্পানীটোৰ কাম-কাজ আৰম্ভ হৈছিল। ভাৰতত নিৰ্মিত মাৰুতি ছুজুকিৰ বিভিন্ন মডেলৰ গাড়ীসমূহ সম্প্ৰতি বিশ্বৰ ১০০খনৰো অধিক দেশলৈ ৰপ্তানি হৈ আছে।
 

Your Comments