নিউজ ডেস্ক:
গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক ৷ উল্লেখ্য যে,সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰীক। ২০২২ চনৰ ১৮ মে’ত UAPA গোচৰৰ অধীনত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মেধাৱী ছাত্ৰীগৰাকীক।তাৰ পিছত প্ৰায় দুমাহ কাৰাবন্দী হৈ থকা অৱস্থাতেই কাৰাগাৰৰ পৰাই পৰীক্ষাতো অৱতীৰ্ণ হৈছিল বৰ্ষাশ্ৰীয়ে ।
- Log in to post comments
- 4 views