অসম চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক,আনে গোৱা গীতৰ বাবে বঁটা গ্ৰহণ কৰি বিতৰ্কৰ সন্মুখীন নাহিদ আফ্ৰিন

 A

 

নিউজ ডেস্ক:
অসম চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক।আনে গোৱা গীতৰ বাবে বঁটা গ্ৰহণ কৰি বিতৰ্কৰ সন্মুখীন নাহিদ আফ্ৰিন।‘নিজানৰ গান’ ছবিৰ ‘নীলাতে লুকা-ভাকু’ শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য শিল্পীৰ বঁটা প্ৰদান কৰা হয় নাহিদ আফ্ৰিনক।উল্লেখ্য যে, ‘নীলাতে লুকা-ভাকু’ গীতটিত কণ্ঠদান কৰা নাছিল কণ্ঠশিল্পী নাহিদ আফ্ৰিনে।গীতটিত কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱীয়ে ৷

Your Comments