বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

A

নিউজ ডেস্ক:

বুধবাৰে অসম বিধানসভাৰ বিশেষ অধিৱেশন।এদিনীয়া কৈ অনুষ্ঠিত হ'ব অধিৱেশন।বিয়লি ৩বজাৰ পৰা এই অধিৱেশন অনুষ্ঠিত হ'ব।চাৰি ঘণ্টাৰ বাবে অধিৱেশন অনুষ্ঠিত হ'ব বুলি অৱগত কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱক লৈ অনুষ্ঠিত হ'ব বৈঠক।দেশে স্বাধীনতাৰ ৭৫বছৰ সম্পন্ন কৰাৰ বাবে দেশজুৰি পালন হৈছিল আজাদী কা অমৃত মহোৎসৱ।

Your Comments