অমৃত মহোৎসৱ মানে অমৃত খোৱাব নেকি মই নাজানো- জুবিন গাৰ্গ

A

নিউজ ডেস্ক:

আজাদী কা অমৃত মহোৎৱৰ প্ৰসংগত নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ  জুবিন গাৰ্গৰ বিশেষ মন্তব্য।অমৃত মহোৎসৱ কি মই নাজানোঁ।অমৃত মহোৎসৱ মানে অমৃত খোৱাব নেকি বুলিহে প্রশ্ন জুবিনৰ।মহোৎসৱটো যদি ভাল হয় তেন্তে ভাল আৰু এইসমূহ অদৰকাৰী কথাত ব্ৰেইনটোক নষ্ট নকৰো বুলিও লগতে কয়।উল্লেখ্য যে দেশৰ স্বাধীনতা ৭৫বছৰৰ উপলক্ষে ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছে।দেশৰ লগতে অসমতো এই মহোৎসৱ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে।

Your Comments