স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা

A

নিউজ ডেস্ক:

অসম চৰকাৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা।অহা ৪ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা।স্বাস্থ্য বিভাগে এক জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা।উল্লেখ্য যে অহা ৭আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা।বিশেষ কাৰণত পুনৰ পৰীক্ষাৰ দিন পিছুৱাইছে বিভাগে।তাৎপৰ্যপূৰ্ণ কথা এই যে পূর্বতে এই পৰীক্ষাৰ দিন ঘোষণা কৰিও তিনিবাৰকৈ পিছুৱাই দিছিল বিভাগে।

Your Comments