হিজবুল মুজাহিদিন সৈত্যে সম্পৰ্ক থকা সন্দেহত কামপুৰ কঁচুৱা আৰু হোজাই যমুনামুখৰ পৰা আটক কৰা তিনি ধৃত ক্ৰমে ৰিয়াজ উদ্দিন, বাহাৰুল ইছলাম আৰু জয়নাল আহমেদক দুদিন ধৰি সোধ-পোছৰ অন্তত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰে | আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰি আদালতৰ পৰা ৭ দিনৰ আৰক্ষী জিম্মাত বিচাৰাত পুনৰ ৭ দিনৰ বাবেই ন্যায়ধীক্ষগৰাকীয়ে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে ।
- Log in to post comments
- 8 views