অসমৰ জনস্বাৰ্থৰ খাতিৰত আলফা(স্বা) একপক্ষ অস্ত্ৰ বিৰতি ম্যাদ ৩মাহলৈ বৃদ্ধি

Paresh Baruah

সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা) একপক্ষ অস্ত্ৰ বিৰতি ম্যাদ পুনৰ ৩মাহলৈ বৃদ্ধি।বিজ্ঞপ্তি যোগে প্ৰকাশ সশস্ত্ৰ সংগঠনটোৰ।
অস্ত্ৰ বিৰতিৰ সময়ছোৱাত সকলো সামৰিক অভিযান বন্ধ ৰখাৰ কথা উল্লেখ্ সশস্ত্ৰ সংগঠনটোৰ।

অসমৰ জনস্বাৰ্থ খাতিৰত এক পক্ষ অস্ত্ৰ বিৰতি ম্যাদ বৃদ্ধি কৰা বুলি সংগঠনটোৱে বিজ্ঞপ্তিত কয়।

উল্লেখ্য যে ক'ৰনা মহামাৰী বাবে চলিত বৰ্ষত প্ৰথম ৩মাহৰ বাবে একপক্ষ সামৰিক অভিযান বন্ধ ৰখাৰ ঘোষণাৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা) ঘোষণা কৰিছিল একপক্ষ অস্ত্ৰ বিৰতি।পৰৱৰ্তী সময়ত পুনৰ ইয়াৰ ম্যাদ বৃদ্ধি কৰিছিল।সেই বৃদ্ধি ম্যাদ  আজি অন্ত পৰাত পুনৰ ৩মাহলৈ বৃদ্ধি কৰা হৈছে ম্যাদ।

ULFA

Your Comments