কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ সংযোজন হ’ল মোনাবাৰী এলেকা

A



নিউজ ডেস্ক:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ সংযোজন কৰা হৈছে মোনাবাৰী এলেকাক ।
উল্লেখ্য যে ,মুঠ 452 হেক্টৰ এলেকা সামৰি লোৱা হৈছে এই অঞ্চলৰ । এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰধান পি শিৱ কুমাৰে । তেওঁ জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বন আৰু পৰিবেশ সংৰক্ষণৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এতিয়াৰ পৰা মোনাবাৰী এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিলে ।

Your Comments

Related Articles