৩০ অক্টোবৰত ৰাজ্যত উপ নিৰ্বাচন: ৫ সমষ্টিত বন্ধ ঘোষণা

A


নিউজ ডেস্ক:
৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন।উক্ত দিনটোত অসমৰ পাঁচটা সমষ্টিত স্থানীয় বন্ধ হিচাপে ঘোষণা কৰা হৈছে।
চৰকাৰী জাননী অনুসৰি- গোসাঁইগাঁও, ভবানীপুৰ ,তামুলপুৰ, মৰিয়নি আৰু থাওৰা  সমষ্টিৰ ভিতৰত চৰকাৰী, বেচৰকাৰী, স্থানীয় সংস্থা, শিক্ষা প্ৰতিষ্ঠান, বেংককে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগান আৰু উদ্যোগৰ লগতে আন আন প্ৰতিষ্ঠান আদিক বেতনযুক্ত বন্ধ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

Your Comments